Challenge the talent inside you, participate in Animate 2024!     Click here for details.

More on Redirection - Assamese

553 visits



Outline:

ম’ৰ অন ৰিদাইৰেকচন (More on Redirection) ষ্টেনদাৰ্দ এৰ’ৰ আৰু আউতপুত দুয়োটাৰে 'কমান্ড &>ফাইলনেম' ব্যৱ্হাৰ কৰি ৰিদাইৰেকচন (Redirection of both standard error and output using 'command &>filename') ষ্টেনদাৰ্দ এৰ’ৰ আৰু আউতপুত দুয়োটাৰে 'কমান্ড >/দেভ/নাল 2>&1' ব্যৱ্হাৰ কৰি ৰিদাইৰেকচন (Redirection of both standard error and output using 'command >/dev/null 2>&1') /দেভ/নাল ৰ ব্যাখ্যা (Explanation on /dev/null) ৰিদাইৰেক্তেদ আউতপুতক '>>' ব্যৱ্হাৰ কৰি সংযোজন কৰা (Appending redirected output using '>>')