Plugins in Moodle - Assamese

88 visits



Outline:

Moodle ত plugins বুজি পোৱা Moodle plugins দাইৰেক্তৰী Moodle ওৱেবচাইতত plugin এটাৰ বাবে কেনেকৈ চাৰ্চ কৰিব লাগে plugin এটা ইনষ্ট’ল কৰোতে বিবেচনা কৰিবলগা ফেক্তৰচ plugin এটা ইনষ্ট’ল কৰাৰ পদ্ধতিসমূহ plugin এটা কেনেকৈ ইনষ্ট’ল কৰা হয় জিপ আপল’দ ব্যৱ্হাৰ কৰি Moodle plugin ইনষ্ট’ল কৰোতে সম্ভৱত হ’বপৰা এৰ’ৰ plugin আপল’দ কৰিবৰ বাবে Moodle দাইৰেক্তৰীলৈ উপযুক্ত পাৰমিচনচ Plugins পৰ্যবেক্ষণ Moodle ত কেনেকৈ এতেনদেঞ্চ চেচনচ বনোৱা হয়