Challenge the talent inside you, participate in Animate 2024!     Click here for details.

Feedback diagram with Maths - Assamese

266 visits



Outline:

Maths এৰ সৈতে ফিডব্যাক ডায়াগ্রাম ফিডব্যাক কন্ট্রোল টিউটোৰিয়েলত সংৰক্ষিত .fig ফাইল খোলা দ্বিতীয় ব্লক ডায়াগ্রামত $G(z) = \frac zz-1$ ৰাখা বিশিষ্ট ফ্ল্যাগ নির্বাচন কৰা tex আৰু pdf একেলগে সংৰক্ষণ আৰু এক্সপোর্ট কৰা দেখাওক যে যদি "special" প্রদর্শিত নহয়, আমি মাত্ৰ টেক্সট পাও /frac ক /dfrac লৈ সলনি কৰা কম্পাইলেশনৰ সময়ত dfrac unknown error প্রদর্শন কৰা tex ফাইলত \usepackageamsmath অন্তর্ভুক্ত কৰা পুনৰায় কম্পাইল কৰি আৰু ইকুয়েশন এতিয়া সঠিকভাবে আহিছে তাক প্রদর্শন কৰা