Assembly programming through Arduino - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

488 visits



Outline:

seven segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ assembly প্ৰোগ্ৰাম এটা লিখা Arduino - Assembly ক’ড ৰেফাৰেঞ্চ Arduino ATmega328 পিন মেপিংগ কানেকচন চাৰ্কিত সবিশেষ AVRA আৰু AVRDUDE assembler ইনষ্ট’ল কৰা কেনেকৈ কানেক্ত কৰা হয় আৰু Arduino ৰ প’ৰ্ত নাম্বাৰ চোৱা হয় seven segment display ত dot LED টো জ্বলাবলৈ Assembly প্ৰোগ্ৰাম seven segment display ত দিজিত তু দৰ্শিত কৰিবলৈ Assembly প্ৰোগ্ৰাম seven segment display ত decoder ব্যৱ্হাৰ কৰি দিজিত ফাইভ দৰ্শিত কৰিবলৈ Assembly প্ৰোগ্ৰাম কেনেকৈ ফাইলটো ছেভ কৰা হয়, assemble আৰু Arduino লৈ আপল’দ কৰা হয়