Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Digital Logic Design with Arduino - Assamese

967 visits



Outline:

logical AND অপাৰেচন ভেৰিফাই কৰিবলৈ assembly এটা লিখা m328Pdef.inc ফাইলটো ব্যৱ্হাৰ কৰক যি এই টিউট’ৰিয়েলটোৰ ক’ড ফাইলচ লিংকত উপলদ্ধ logical AND অপাৰেচনৰ বাবে চৌৰ্চ ক’ডটোৰ বৰ্ণনা ফাইলটো ছেভ কৰক আৰু .hex ফাইলটো জেনেৰেত কৰক ক’ডটো Arduino লৈ আপল’দ কৰক Seven segment display ত আউতপুতটো দৰ্শিত কৰা প্ৰোগ্ৰামটো or ৰে ৰিপ্লেচ কৰা logical OR অপাৰেচন প্ৰদৰ্শন কৰিবলৈ প্ৰোগ্ৰামটো xor ৰে ৰিপ্লেচ কৰা logical XOR অপাৰেচন প্ৰদৰ্শন কৰিবলৈ নিম্ন combinational logics ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰা: A = W′ B = WX′Z′ + W′X C = WXY′ + X′Y + W′Y D = WXY + W′Z