Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Display counter using Arduino - Assamese

This is a sample video. To access the full content,
please Login

922 visits



Outline:

Arduino board লৈ LCD এটা আৰু Push button এটা কানেক্ত কৰা Arduino আৰু LCD ব্যৱ্হাৰ কৰি আগতে বনোৱা একেটা চাৰ্কিত ব্যৱ্হাৰ কৰা pushbutton এটা যোগ কৰা আৰু এটা সৰল কাউন্টাৰ বনোৱা কানেকচন চাৰ্কিতৰ সবিশেষক শিকা কানেকচনটোৰ লাইভ চেতাপ চোৱা Arduino IDE ত প্ৰোগ্ৰাম এটা লিখা void loop ৰ বাবে ক’ডটো লিখা এটা সৰল if statement লিখা চাবলৈ যে pushbutton টো টিপা হৈছে নে নাই প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰা pushbutton টোৱে সফলভাবে কামকৰাক চোৱা কাউন্টাৰ এটা চেত কৰিবলৈ প্ৰোগ্ৰামটো ম’দিফাই কৰা দেখা দিয়া এৰ’ৰ ব্যাখ্যা কৰা while statement এটা লিখা পুনৰ প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰা আউতপুত: কাউন্ট বৰ্ধিত হয় যেতিয়াই বুটামটো টিপা হয়