Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Interfacing LCD through AVR-GCC programming - Assamese

819 visits



Outline:

Arduino board লৈ LCD এটা ইন্তাৰফেচ কৰা Arduino আৰু LCD ৰ পিন কানেকচনৰ সবিশেষ কানেকচনচ দেখুৱা ইমেজ কানেকচনচৰ লাইভ চেতাপ AVR-GCC প্ৰোগ্ৰাম এটা লিখা LCD ত দিজিত এটা দৰ্শিত কৰিবলৈ প্ৰোগ্ৰামটোত avr/io.h, util/delay.h, stdlib.h লাইব্ৰেৰীচ ব্যৱ্হাৰ কৰা ClearBit() আৰু SetBit() ফাংচন ব্যৱ্হাৰ কৰা আউতপুতটো এক্সিকিউত কৰিবলৈ ব্যৱ্হাৰ কৰা বিভিন্ন ফাংচনচ make FNAME কমান্দ ব্যৱ্হাৰ কৰা Arduino লৈ কম্পাইল আৰু আপল’দ কৰিবলৈ LCD ত আউতপুত দিজিত 5 দৰ্শিত কৰা