Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Mixing Assembly and C programming - Assamese

728 visits



Outline:

Assembly আৰু C programming সংযুক্ত কৰা চাৰ্কিত কানেকচনচৰ ব্যাখ্যা কানেকচনটোৰ লাইভ চেতাপ Assembly routine প্ৰোগ্ৰাম যি ইনিচিয়েলাইজ কৰে আৰু Arduino ৰ পিন 13 ক আউতপুত হিচাবে চেত কৰে সেই Assembly routine ক AVR-GCC প্ৰোগ্ৰামত কল কৰক Seven Segment display ৰ Dot LED টো ব্লিংক কৰিবলৈ Makefile ব্যৱ্হাৰ কৰক যি এই টিউট’ৰিয়েলৰ ক’ড ফাইলচ লিংকত উপলদ্ধ subroutine আৰু main প্ৰোগ্ৰামটোৰ চৌৰ্চ ক’ডৰ ব্যাখ্যা ফাইলটো ছেভ কৰক আৰু .hex ফাইলটো জেনেৰেত কৰক ক’ডটো Arduino লৈ আপল’দ কৰক Seven segment display ত আউতপুতটো দৰ্শিত কৰা