Wireless Connectivity to Arduino - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

421 visits



Outline:

ESP8266-01 WiFi মদিউলৰ বিষয়ে ESP8266-01 WiFi মদিউলৰ বিভিন্ন পিনচ ESP8266 ৰ চাৰ্কিত কানেকচন - 01 Arduino ৰ সৈতে মদিউল কানেকচনটোৰ লাইভ চেতাপ কৰা USB port লৈ ৰিদ-ৰাইত পাৰমিচন চেতাপ কৰা Arduino IDE ত ESP8266 WiFi মদিউল দাউনল’দ আৰু ইনষ্ট’ল কৰা WiFi মদিউল আৰু লেপটপ এটা বা মোবাইল ফোন এটাৰ মাজত কানেকচন এটা স্থাপন কৰা ওপৰৰ পৰীক্ষাটোৰ বাবে চৌৰ্চ ক’ড প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰা আউতপুতটোৰ ব্যাখ্যা কৰা