Array Operations in BASH - Assamese

This is a sample video. To access the full content,
please Login

1052 visits



Outline:

এৰে অপাৰেচনচ ইন বেচ (Array Operations in BASH) এৰে(Array) এটাক ঘোষণা কৰা আৰু মান সংলগ্ন কৰা এৰে(Array) এটাক প্ৰাৰম্ভণ(Initialize) কৰা ঘোষণাৰ সময়ত বেচ এৰে(Bash Array) এটাৰ দৈৰ্ঘ্য আৰু nth উপাদান( element)টোৰ দৈৰ্ঘ্য উলিওৱা সম্পূৰ্ণ বেচ এৰে(Bash Array) এটা ছপা কৰা ধাৰণাসমূহক(concepts) বৰ্ণনা(illustrate) কৰিবলৈ চেল স্ক্ৰিপ্ত( Shell script)