Manipulating Sequences - Assamese

This is a sample video. To access the full content,
please Login

477 visits



Outline:

1. ৰেন্ডম DNA সিকোয়েন্স বনোৱা 2. উল্লিখিত স্থানত DNA সিকোয়েন্স স্লাইস কৰা 3. দুটা সিকোয়েন্স একে সৈতে জুড়ি নতুন সিকোয়েন্স বনোৱা 4. সিকোয়েন্সৰ দৈর্ঘ্য নির্ণয় কৰা 5. পৃথক বেসেস বা স্ট্রিং এৰ অংশৰ সংখ্যা গণনা কৰা 6. এটা বিশেষ বেস বা স্ট্রিং এৰ অংশ খোঁজা 7. সিকোয়েন্স অবজেক্টক মডিউল সিকোয়েন্স অবজেক্টত সলোৱা