Types of Windows File Browser Info Panel - Assamese

296 visits



Outline:

উইন্ডোজৰ ধৰন - ফাইল ব্রাউজাৰ আৰু ইনফো প্যানেল ফাইল ব্রাউজাৰ উইন্ডোজৰ বর্ণনা আপোনাৰ সিস্টেমত সংৰক্ষিত কৰা blend (ব্লেন্ড) ফাইল চিহ্নিত কৰা এটা নতুন ডিৰেক্টৰি তৈয়াৰ কৰা ইনফো প্যানেল বর্ণন কৰা বিভিন্ন বিকল্পৰ বর্ণন যেনে ফাইল, ওপেন, অ্যাড, ৰেন্ডাৰ, স্ক্রিন লেআউট ইত্যাদি