First C Program - Assamese

11761 visits



Outline:

Outline: ১)প্ৰথম C প্ৰোগ্ৰাম -হেদাৰ ফাইল্চ(Header Files) --উদাহৰণ : #include <stdio.h> -main() -মাজু বন্ধনী (Curly braces) -printf() -চেমিক’লন ;(semicolon) ; -C প্ৰোগ্ৰাম এটা কম্পাইল কৰা --উদাহৰণ: gcc filename.c -o output parameter -C প্ৰোগ্ৰাম এটা কাৰ্যকৰী কৰা --উদাহৰণ: ./output parameter -ভুল(Errors)