Scope Of Variables - Assamese

793 visits



Outline:

Outline: ভেৰিয়েবলৰ পৰিসৰ (Scope of Variables) -পৰিচয় (Introduction) -ভেৰিয়েবল(variable) এটা ঘোষণা(declaring) কৰাৰ গাঠনি (Syntax) --উদাহৰণ: data-type var-name; -ভেৰিয়েবল(variable) এটা প্ৰাৰম্ভিকৰণ(initialized) কৰাৰ গাঠনি(Syntax) --উদাহৰণ: data-type var-name = value; -ভেৰিয়েবলৰ পৰিসৰ (Scope of Variables) -গ্ল’বেল ভেৰিয়েবল ( Global variable) -ল’কেল ভেৰিয়েবল ( Local variable) -ভুল (Error)