Working With 2D Arrays - Assamese

590 visits



Outline:

2-D এৰে’জৰ সৈতে কামকৰা (Working with 2-D Arrays ) -2-D এৰে’জ কি হয় (What are 2-D Arrays) -এৰে’জৰ পৰিসৰ (Range of arrays) -2-D এৰে’জৰ ডিক্লেয়াৰেচনৰ বাবে গাঠণি (Syntax for Declaration of 2-D arrays) --উদাহৰণ: data type(দাতা টাইপ) array(এৰে)_name(নেম)[row(ৰ’)][column(কোলম)]; -2-D এৰে’জৰ প্ৰাৰম্ভণৰ বাবে গাঠণি (Syntax for initialization of 2-D arrays) --উদাহৰণ: data type(দাতা টাইপ) array(এৰে)_name(নেম)[row(ৰ’)][column(কোলম)]= row-val,col-val ;