Installation of FrontAccounting on Windows OS - Assamese

55 visits



Outline:

Windows OS ত FrontAccounting ৰ ইনষ্ট’লেচন ইনষ্ট’লেচনৰ বাবে চিষ্টেমৰ পূৰ্বেপ্ৰয়োজনীয়খিনি Windows ত XAMPP কেনেকৈ ইনষ্ট’ল কৰা হয় তাৰ ব্যাখ্যা XAMPP চাৰ্ভিচেছ আৰম্ভ কৰা FrontAccounting চফতৱেৰ দাউনল’দ কৰা ফ’ল্দাৰ একাউন্টটো ওৱেব চাৰ্ভাৰৰ ৰোত দাইৰেক্তৰীলৈ মোভ কৰা FrontAccounting ৰ বাবে ইউজাৰচ আৰু দেতাবেচ বনোৱা ইনষ্ট’লেচনটো কৰিবলৈ অনুসৰণ কৰিবলগা ষ্টেপসমূহ FrontAccounting ইন্তাৰফেচলৈ ল’গিন কৰা XAMPP চাৰ্ভিচেছত প’ৰ্ত এৰ’ৰ সমাধান কৰিবলৈ এদিচনেল ৰিদিং মেতেৰিয়েল স্প’কেন টিউট’ৰিয়েল প্ৰজেক্তৰ বিষয়ে