Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Aromatic Molecular Structures - Assamese

554 visits



Outline:

সাইক্লোহেক্সেন অণু আঁকা সাইক্লোহেক্সেনৰ পৰা সাইক্লোহেক্সিনলৈ ৰুপান্তৰ কৰা গঠনৰ অংশ মুছি পেলাবলৈ Eraser টুল ব্যবহাৰ কৰা সাইক্লোহেক্সিনক বেঞ্জিনলৈ ৰুপান্তৰ কৰা অন্যান্য পৰমাণু দ্বাৰা বেঞ্জিন ৰিঙৰ হাইড্রোজেনক প্রতিস্থাপন কৰা পৰমাণুৰ শ্রেণী দ্বাৰা বেঞ্জিন ৰিঙৰ হাইড্রোজেনক প্রতিস্থাপন কৰা পৰমাণুক প্রতিস্থাপিত কৰিবলৈ Add or modify a group of atoms টুল ব্যবহাৰ কৰা অণু একত্রিত কৰিবলৈ Merge two molecules টুল ব্যবহাৰ কৰা