Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Introduction to GChemPaint - Assamese

562 visits



Outline:

GChemPaint ৰ বিবৰণ * GChemPaint ব্যবহাৰ কৰা * GChemPaint ৰ সুবিধাসমূহ * সংস্থাপন * এটা নতুন ফাইল খোলা * টার্মিনেলৰ পৰা এটা নতুন ফাইল খোলা * মেনুবাৰ, টুলবাৰ আৰু স্টেটাস বাৰৰ বিবৰণ * Display area ৰ বিবৰণ * Document Properties উইন্ডোৰ বিবৰণ * টুল বক্স আইটেম ব্যবহাৰ কৰা * "Add a Chain" টুল ব্যবহাৰ কৰি গঠন আঁকা * .gchempaint এক্সটেনশন সহ অঙ্কন সংৰক্ষণ কৰা