Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Overview of GChemPaint - Assamese

737 visits



Outline:

ইউটিলিটি ফাইল বোৰৰ সৈতে GChemPaintৰ সম্পূর্ণ ইনস্টলেশন GChemPaint ইউজাৰ ম্যানুয়েল ব্যাখ্যা কৰা GChempaintৰ মেনু-বাৰ চোৱা উবুন্টু ডেস্কটপ মেনুবাৰত প্রদর্শিত GChemPaint মেনু-বাৰ ব্যাখ্যা কৰা GChemPaint ইউটিলিটি সফটওয়্যাৰ সম্পর্কে ব্যাখ্যা কৰা GChemPaint আৰু Jmol অ্যাপ্লিকেশনৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা বিভিন্ন গঠন দেখাওক যি GChemPaint ব্যবহাৰ কৰি আকিব পাৰে