Basics of newborn care - Assamese

188 visits



Outline:

1. নবজাতক এটাক কেনেকৈ হেন্দল কৰা হয় a. হাতৰ স্বাস্থ্যবিধি b. নবজাতক এটাক কেনেকৈ ধৰিব লাগে 2. নাভিৰ ৰচিৰ যত্ন a. সতৰ্কতা b. সংক্ৰমণ 3. নবজাতক এটাক আহাৰ খুওঁৱা আৰু উগাৰ মৰোৱা a. স্তনপান আৰম্ভ কৰা b. স্বতন্ত্ৰভাবে স্তনপান কৰোৱা c. ছালৰ লগত ছালৰ স্পৰ্শ d. ভোকলগাৰ সংকেতসমূহ e. উগাৰ মৰা 4. দাইপৰ লগোৱা a. প্ৰতিবাৰ মলত্যাগৰ পাছত নবজাতক এটাক কেনেকৈ চাফা কৰিব লাগে b. সতৰ্কতা 5. দাইপৰ ৰাচ a. দাইপৰ ৰাচ কি হয় b. কাৰণসমূহ c. প্ৰতিৰোধ আৰু চিকিৎসা 6. শোৱাৰ মূলকথাখিনি a. শোৱাৰ পেতাৰ্ণ b. হঠাতে শিশু মৃত্যুৰ লক্ষণ (SIDS) c. সতৰ্কতা