Half-Day Online Pilot Workshop on AutoDock4 on 9 August 2024, 2:00 pm to 5.30 pm. Click here to register.

Breastfeeding latching - Assamese

176 visits



Outline:

1. শিশুটো স্তনটোৰ লগত গভীৰভাবে যুক্ত হ’বলৈ সঠিক যুক্ত হোৱাৰ কৌশল -শিশুটো স্তনটোৰ লগত গভীৰভাবে যুক্ত হোৱাৰ পৰ্যায়্ক্ৰমে প্ৰণালি -শিশুটো স্তনটোৰ লগত সঠিককৈ যুক্ত হ’লনে তাক চোৱাৰ সংকেত -শিশুটোৱে স্তনাগ্ৰৰ পৰা স্তনপান কৰিছেনেকি তাক চোৱাৰ সংকেত -স্তনৰ আগফালৰ আৰু পাছফালৰ গাখীৰ খোৱা -দ্বিতীয় স্তনৰ পৰা গাখীৰ খোৱা -শিশুৰ সঠিক উগাৰ মৰাৰ স্থিতি 2. কেইবাবাৰো স্তনপান কৰোৱা -২৪ ঘন্টাৰ ভিতৰত কিমানবাৰ স্তনপান কৰাব লাগে -দিন আৰু ৰাতি স্তনপান কৰোৱা -শিশুৰ ভোকলগাৰ সংকেতসমূহ -শিশুৰ বিকাশৰ সময়ত স্তনপান কৰোৱা