Cross cradle hold - Assamese

This is a sample video. To access the full content,
please Login

651 visits



Outline:

1. মাক আৰু শিশুৰ বাবে স্তনপান কৰোৱাৰ সঠিক স্থিতি নিৰ্বাচিত কৰা 2. শিশুটোক স্তনপানৰ আগতে মাকৰ প্ৰস্তুতি 3. ক্ৰচ ক্ৰেদল স্থিতি কৰাৰ পৰ্যায়্ক্ৰমে প্ৰণালি- i. শিশুটো ধৰাৰ আগতে মাকৰ স্থিতি ii. শিশুটো ধৰাৰ পাছত কিন্তু যুক্ত হোৱাৰ আগতে মাকৰ স্থিতি a) স্তনটো সঠিককৈ ধৰিবলৈ মাকৰ হাতৰ স্থিতি iii. শিশুটো স্তনৰ লগত যুক্ত হোৱাৰ পাছত মাকৰ স্থিতি iv. শিশুটোৰ স্থিতি a) শিশুটোৰ নাক আৰু থুতৰিৰ স্থিতি b) শিশুটোৰ শৰীৰৰ স্থিতি v. মাকৰ বাবে কৰিব লগা আৰু নলগাখিনি