Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Indian Law to Protect Breastfeeding - Assamese

This is a sample video. To access the full content,
please Login

424 visits



Outline:

1. শিশুৰ বাণিজ্যিক খাদ্যসমূহ জনপ্ৰিয়ভাবে ব্যৱ্হাৰ কৰাৰ কাৰণসমূহ: i. কল্পিত কথা: ই স্তনৰ গাখীৰৰ সমানেই ভাল ii. শিশুৰ খাদ্যক ব্যৱ্হাৰ কৰিবলৈ সহজ হয় স্তনপান কৰোৱাৰ তুলনাত iii. অপ্ৰশিক্ষিত স্বাস্থ্যসেৱা কৰ্মীসলকৰ বাবে এটা সহজ পথ হয় iv. নিৰ্মানকৰোতাসকলৰ দ্বাৰা শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ অত্যাধিক প্ৰচাৰ v. মাক আৰু পৰিয়ালৰ লোকসকলৰ আৱেগিক দুৰ্বলতা 2. শিশুৰ বাণিজ্যিক খাদ্যসমূহৰ প্ৰচাৰৰ ইতিহাস আৰু IMS এক্তক কিয় পাচ কৰা হ’ল 3. IMS ৰ প্ৰচাৰক কিয় নিয়ন্ট্ৰিত কৰিব লাগে? i. BPNI কি হয়? ii. IMS এক্তৰ ১০ টা উলংঘণৰ বিষয়ে BPNI ৰ তালিকা iii. BPNI ৰ দ্বাৰা অভিযোগ এটা কেনেকৈ পঞ্জীয়ণ কৰা হয় 4. IMS কোম্পানীসমূহে তেওঁলোকৰ যোগাযোগৰ সামগ্ৰীত স্তনপান কৰোৱাৰ লাভসমূহৰ বিষয়ে কিয় কয়?