Kangaroo Mother Care - Assamese

This is a sample video. To access the full content,
please Login

808 visits



Outline:

1. পৰিচয় A. কংগাৰু মাদাৰ কেয়াৰ কি হয়? B. কংগাৰু মাদাৰ কেয়াৰ কাক দিব লাগে - a. এনে শিশুক যাক ক্ৰমাগত পৰ্যবেক্ষণৰ প্ৰয়োজন নহয় b. এনে শিশুক যাৰ জন্মৰ ওজন ২.৫ কিলোগ্ৰামতকৈ কম আৰু c. স্বাস্থ্যবান শিশুৰ বাবেওঁ দিব পাৰি 2. কংগাৰু মাদাৰ কেয়াৰৰ উপাদানসমূহ হৈছে - A. শিশুটোক মাকৰ কাপোৰ নিপিন্ধা শৰীৰৰ লগত ৰখা : a. লেত দাউন ৰিফ্লেক্স b. স্বতন্ত্ৰ স্তনপান B. বাধ্যতামূলক স্তনপান প্ৰথম ৬ মাহৰ বাবে 3. কংগাৰু মাদাৰ কেয়াৰৰ গুৰূত্ব হৈছে - a. ই শিশুটোৰ বাবে লাভদায়ক b. আৰু লগতে মাকৰ বাবেওঁ লাভদায়ক 4. কংগাৰু মাদাৰ কেয়াৰ (KMC) কোনে দিব পাৰে ? 5. KMC প্ৰদান কৰোতাই অনুসৰণ কৰিবলগা মৌলিক নিৰ্দেশসমূহ 6. KMC কৰোতে, পিন্ধিব লগীয়া কাপোৰৰ ধৰণ - a. KMC প্ৰদান কৰোতাৰ বাবে b. আৰু শিশুটোৰ বাবে 7. KMC কৰাৰ পৰ্যায়ক্ৰমে প্ৰণালি a. শিশুৰ স্থিতি b. শিশুটোক স্তনপান কৰোৱা c. মনত ৰাখিবলগীয়া কথা d. প্ৰসাৰিত হোৱা বেন্দৰ ব্যৱ্হাৰ 8. KMC কৰাৰ সময়ত শিশুটোক মেৰিওঁৱা কাপোৰৰ পৰা কেনেকৈ উলিয়াব লাগে 9. KMC কৰোতে নবজাতক শিশু এটাৰ ক্ষেত্ৰত বিপদৰ সংকেতসমূহ