Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Personal Hygiene needed for handling baby food - Assamese

This is a sample video. To access the full content,
please Login

572 visits



Outline:

1. শিশুৰ খাদ্য প্ৰস্তুত কৰোতে আৰু খুৱাওঁতে স্বচ্ছতাৰ গুৰূত্ব 2. ব্যক্তিগত স্বচ্ছতা বাহাল ৰাখিবৰ বাবে গাইদলাইনচ: - কাপোৰ-কানি পিন্ধা - চুলি - আঙুলিৰ নখ - আ-অলংকাৰ - শৰীৰত থকা কটা ঠাই আৰু ঘাঁহক ঢকা - হাত কিয় ধুব লাগে - খাদ্য প্ৰস্তুত কৰা, জমা ৰখা আৰু খুওঁৱা ঠাইত নকৰিবলগীয়া কামসমূহ - হাতদুটা ধোৱাৰ সঠিক পদ্ধতি - ল’ৰা-ছোৱালীক সিহতৰ হাতদুটা ধুবলৈ শিকোৱা - হাতদুটা কেতিয়া ধুব লাগে