Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Physical methods to increase the amount of breastmilk - Assamese

This is a sample video. To access the full content,
please Login

381 visits



Outline:

স্তনৰ গাখীৰৰ পৰিমাণ বৃদ্ধি কৰাৰ বিভিন্ন শাৰিৰীক পদ্ধতিসমূহ: 1. কংগাৰু মাদাৰ কেয়াৰ 2. অক্সিত’চিন ৰিফ্লেক্সক উন্নত কৰা a. গৰম পানীৰ সেক b. স্তনপানৰ আগতে মাকৰ পিঠিৰ আৰু স্তনৰ মালিচ 3. সঠিককৈ স্তনৰ লগত যুক্ত হোৱা 4. লাহেকৈ স্তনটো টিপা 5. ৰাতিৰ সময়ত স্তনপান কৰোৱা 6. কেইবাবাৰো স্তনপান কৰোৱা 7. ভোকলগাৰ আগতীয়া সংকেতসমূহ চিনাক্ত কৰা 8. মাকে নিজৰ হাতেৰে গাখীৰ উলিওৱা 9. কৃত্ৰিম স্তনাগ্ৰ আৰু বটলৰ গাখীৰৰ ব্যৱ্হাৰ ত্যাগ কৰা 10. মাকৰ আত্মবিশ্বাস বঢ়োৱা 11. দৈনিক শিশুটোৰ ওজন নিৰীক্ষণ কৰা