Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Storage of expressed breastmilk - Assamese

This is a sample video. To access the full content,
please Login

374 visits



Outline:

1. স্তনৰ গাখীৰ হেন্দল কৰাৰ আগতে ব্যক্তিগত স্বাস্থ্যবিধি 2. স্তনৰ গাখীৰ জমা ৰাখিবৰ বাবে উপযুক্ত পাত্ৰসমূহ বচা 3. বাচিলোৱা পাত্ৰসমূহ ব্যৱ্হাৰ কৰাৰ আগতে চাফা কৰা 4. প্ৰতিটো পাত্ৰত জমা কৰিব লগা গাখীৰৰ পৰিমাণ 5. পাত্ৰসমূহৰ সঠিক লেবেল কৰা 6. ফ্ৰিজ এটাত স্তনৰ গাখীৰ জমা ৰাখিবৰ বাবে গাইদলাইনচ 7. ফ্ৰিজৰ বাহিৰত স্তনৰ গাখীৰ জমা ৰাখিবৰ বাবে গাইদলাইনচ 7.1. কোঠাৰ উষ্ণতাত স্তনৰ গাখীৰ জমা ৰখা 7.2. ঠাণ্ডা বেগ বা ঠাণ্ডা বক্স এটাত স্তনৰ গাখীৰ জমা ৰখা 8. স্তনৰ গাখীৰ ফ্ৰিজিং কৰাৰ গাইদলাইনচ