Half-Day Online Pilot Workshop on AutoDock4 on 9 August 2024, 2:00 pm to 5.30 pm. Click here to register.

Type 1 and Type 2 nutrients - Assamese

99 visits



Outline:

1) প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থসমূহ 2) লুপ্ত হৈ থকা ভোক 3) টাইপ 1 পুষ্টিকৰ পদাৰ্থসমূহ 4) টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহ 5) প্ৰতিটো কেতেগৰিত অন্তৰ্ভুক্ত কৰা প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থৰ নামসমূহ 6) বৃদ্ধি হোৱাত অসমৰ্থতা 7) টাইপ 1 আৰু টাইপ 2 পুষ্টিকৰ পদাৰ্থসমূহৰ মাজৰ পাৰ্থক্য: - আমাৰ শৰীৰৰ কলাসমূহত সিহতৰ উপস্থিতি - স্তনৰ গাখীৰত সিহতৰ উপলদ্ধতা - সিহতৰ অভাৱৰ বাবে আমাৰ শৰীৰে কৰা প্ৰতিক্ৰিয়া - সিহতৰ অভাৱসমূহৰ মূল্যায়ন - সিহতৰ অভাৱসমূহৰ চিকিৎসা