Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Create an A4 Poster - Assamese

792 visits



Outline:

স্পোকেন টিউটোৰিয়েলৰ বাবে এটা A4 পোস্টাৰ তৈয়াৰ কৰা - A4 ৰ বাবে পৃষ্ঠাৰ আকাৰ সেট কৰা ব্যাখ্যা কৰা ডিফল্ট ইউনিট (পিক্সেল / সেমি / ইঞ্চি), সজোৱা আৰু গাইডস - লেআউটৰ বাবে আকাৰ আৰু পাথ ডিসাইন ব্যাখ্যা কৰা - পোস্টাৰৰ টেক্সটৰ বিষয়বস্তুৰ সাৰিবদ্ধ কৰা - লোগো আৰু ইমেজ ইম্পোর্ট কৰা - PDF আৰু PNG হিসাবে সংৰক্ষণ আৰু ইম্পোর্ট কৰা