Servlet Methods - Assamese

735 visits



Outline:

Library Management System এৰ হোম পেজ তৈয়াৰ কৰা index.jsp লৈ যাওক এটা ফর্ম তৈয়াৰ কৰি index.jspক পৰিবর্তন কৰা GreetingServlet.java তৈয়াৰ কৰা সার্ভলেট কন্ট্রোলাৰ নিচিনা আচৰণ doGet মেথডত ফর্ম ডেটা প্যাৰামিটাৰ উদ্ধাৰ কৰা প্রকল্প ৰান কৰি আউটপুট দেখা doPost মেথডৰ বাবে মেথডৰ পুনৰাবৃত্তি doGet আৰু doPost মেথডৰ পার্থক্য