Catalog Serials - Assamese

98 visits



Outline:

চিৰিয়েল পাব্লিকেচন এটা Catalog কৰা - Indian Journal of Microbiology টাইটলৰ সৈতে ভ’লিউম -57 নাম্বাৰ- 1 জানুৱাৰিৰ পৰা মাৰ্চ 2017 লৈকে তিনিমহীয়া প্ৰ্কাশন Superlibrarian ইউজাৰ নেমৰ সৈতে লগিন কৰক হমপেজত, Cataloging +New record, Serials MARC ৰেকৰ্ড যোগ কৰক নিজৰ লাইব্ৰেৰী অনুসৰি আইতেম যোগ কৰক Kalia, V.C. ৰ দ্বাৰা Indian Journal of Microbiology লৈ আইতেমচ