Place order for a book - Assamese

147 visits



Outline:

কিতাপ এখনৰ বাবে অৰ্দাৰ এটা দিয়া বিক্ৰেতা যোগ কৰা- Powai Book Agency List Prices- Rupee Discount- 10% দিলিভাৰি কৰা সময় 14 দিন +Add to basket বাস্কেতত অৰ্দাৰ যোগ কৰা-নতুন (খালি) ৰেকৰ্দ এটাৰ পৰা কিতাপখনৰ টাইটল-Industrial Microbiology বিক্ৰেতাৰ মূল্য- 1000 বাস্কেত (অৰ্দাৰ) এটা বন্ধ কৰা বাস্কেত বিৱৰণ পৃষ্ঠা এই বাস্কেতটো বন্ধ কৰা অৰ্দাৰ সম্পূৰ্ণ হ’ল, সম্বন্ধিত বিক্ৰেতালৈ পঠাব পাৰি shipment এটা ৰিচিভ কৰা Powai Book Agency বিক্ৰেতাৰ পৰা shipment ৰিচিভ কৰা বিক্ৰেতা চালান- IITB/ST/Books/2017-10 Shipment date, Shipment Cost আৰু Shipment Fund বাচক