Receive Serials - Assamese

83 visits



Outline:

Superlibrarian বা Patron হিচাবে ক’হাত লগিন কৰক যাৰ Serials control rights আছে Serials পৃষ্ঠাটোত- জাৰ্নেলৰ টাইটল ভৰাওঁক এখন নতুন পৃষ্ঠা, Serials subscriptions দৰ্শিত হ’ব ISSN, Title, Notes, Library, Location, Call number Expiration date, Actions late Serials ক্লেইম কৰক- ক’হাই Serials বিক্ৰেতাক email বাৰ্তা পঠাই যদি কোনো দেৰি হোৱাৰ মামলা হয়