Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Equations - Assamese

This is a sample video. To access the full content,
please Login

1279 visits



Outline:

amsmath প্যাকেজ আৰু align আৰু align* এনভায়ৰনমেন্টস সমীকৰণ তৈয়াৰ কৰিবলৈ ম্যাটৰিক্স ডিফাৰেন্সিয়াল সমীকৰণ & ব্যবহাৰ কৰি দুটা সমীকৰণ বিন্যস্ত কৰা, টেক্সট উল্টা কৰাকে বা নকৰাকে align ব্যবহাৰ কৰি সমীকৰণৰ স্বয়ংক্রিয় নম্বৰিং label কমান্ডৰ সৈতে সমীকৰণ লেবেল কৰা ref কমান্ডৰ মাধ্যমেৰে ক্রস ৰেফাৰিং সমীকৰণ সংখ্যা intertext কমান্ডৰ মাধ্যমেৰে দুটা বিন্যস্ত সমীকৰণৰ মাঝত টেক্সট সন্নিবেশ কৰা ৰান টাইমত স্বয়ংক্রিয় তৈয়াৰ হোৱা সমীকৰণৰ সংখ্যা সমীকৰণৰ সেটৰ পৰা সমীকৰণ লেখাৰ আৰু মোছাৰ অনুমতি দিয়া Labeling বিভাগ আৰু সহজ ক্রস ৰেফাৰিংৰ বাবে উপৰ বিভাগ সমীকৰণ একাধিক লাইনত বিভক্ত কৰা nonumber কমান্ড ব্যবহাৰ কৰি বিন্যস্ত এনভায়ৰনমেন্টত সমীকৰণ সংখ্যা সাপ্রেস কৰা বন্ধনী হিসাবে প্রদর্শিত বন্ধনী তৈয়াৰ কৰিবলৈ backslash (\) এৰ ব্যবহাৰ left, right আৰু লগতে left [ (যেনে left bracking fullstop)] বিন্যস্ত এনভায়ৰনমেন্টত খালি লাইন অনুমোদিত নহয়