Basics of Single Dimensional Array in awk - Assamese

511 visits



Outline:

awk ত আৰেচ কি হয় আৰেচ অন্য প্ৰোগ্ৰামিং লেংগুৱেজতকৈ কেনেকে বেলেগ হয় আৰে এটাৰ এলিমেন্তচক ৰেফাৰ কৰা আৰে এলিমেন্ত এটা এচাইন কৰাৰ গাঠণি awk আৰেচত ইন্দেক্স এচ’চিয়েতিভ আৰেৰ এদভানতেজ এটা বিশেষ ইন্দেক্সত আৰে এটাত কোনো এলিমেন্ত অৱস্থিত নেকি চোৱা এলিমেন্ত এটাৰ অৱস্থিতিক চোৱাৰ ভুল আৰু সঠিক পথ