More on Single Dimensional Array in awk - Assamese

535 visits



Outline:

awk আৰে ফাইলৰ সৈতে ব্যৱ্হাৰ কৰা উদাহৰণ: এটা ফৰ্মোলা অনুসৰি সকলো ষ্টুদেন্তৰ HRA গণনা কৰা আৰে এটাৰ এলিমেন্তচ স্কেন কৰা "for লোপৰ" নতুন ভেৰিয়েচন দিলিত ষ্টেতমেন্ত দিলিত আৰে এলিমেন্ত (চিংগল ৰেকৰ্দ) সম্পূৰ্ণ আৰে দিলিত কৰা ARGC আৰু ARGV ৰ ভেলুচ দেখুৱা উদাহৰণ: ARGC = প্ৰদান কৰা কমান্দ লাইন আৰগুমেন্তৰ নাম্বাৰ +1 ARGV আৰে আৰু ENVIRON আৰে