MultiDimensional Array in awk - Assamese

Play
Current Time 0:00
/
Duration Time 0:00
Remaining Time -0:00
Loaded: 0%
Progress: 0%
0:00
Fullscreen
00:00
Mute
Captions
  • captions off
  • English
  • Assamese

This is a sample video. To access the full content,
please Login

259 visits



Outline:

Awk ত মাল্টিদাইমেনচনেল আৰেৰ দেফিনিচন এলিমেন্তক চিহ্নিত কৰা হয় বহুতো ইন্দাইচেচৰ ক্ৰম এটাৰ দ্বাৰা এটা একক ষ্ট্ৰিংগলৈ যুক্ত কৰা, সিহঁতৰ মাজত চেপাৰেতৰ এটাৰ সৈতে Awk ত 2 বাই 2 মাল্টিদাইমেনচনেল আৰে বনোৱা 2 বাই 2 মেত্ৰিক্স এটাৰ ট্ৰানস্প’জ বনোৱা মাল্টিদাইমেনচনেল আৰেটো স্কেন কৰা ফৰ লোপক split ফাংচনৰ সৈতে কম্বাইন কৰা ফৰ লোপৰ গাঠণি split ফাংচনৰ গাঠণি