Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Arrays - Assamese

766 visits



Outline:

এৰে পার্লত উপলব্ধৰ পৰা এটা ডাটা স্ট্রাকচাৰ হয় পার্লত এৰে, কোনো ডেটা টাইপৰ উপাদান ৰাখিব পাৰে. পার্লত এৰে, ইয়াৰ পৰা উপাদান বোৰ যোগ / অতৰুৱাৰ উপৰত নির্ভৰ কৰি অপসৃত/ প্ৰসাৰিত ( shrinks / stretches) হয় . এৰেৰ শেষ ইনডেক্স হল: $#array এৰে দৈর্ঘ্যৰ গণনা: $#array+1 OR scalar (@array) OR $length = @array এৰেৰ উপাদানবোৰ সংগৃহীত কৰা যায়: $arrayName[indexOfElement] আমি for and foreach loop ব্যবহাৰ কৰি এৰেৰ প্রতিটো উপাদানবোৰ পুনৰুক্তি কৰিব পাৰো