Conditional statements - Assamese

357 visits



Outline:

if conditional স্তেটমেন্ট কিছু শর্ত পৰীক্ষা কৰিবলৈ ব্যবহৃত হয় আৰু এই শর্ত যদি সন্তুষ্ট হয়, তেনেহলে কোডটো একজিকিউত কৰক. if-else conditional স্তেটমেন্ট কিছু শর্ত পৰীক্ষা কৰিবলৈ ব্যবহৃত হয় আৰু এই শর্ত যদি সন্তুষ্ট হয়, তেনেহলে কোডটো একজিকিউত কৰক নহলে else ব্লকত লিখা কোডটো এক্সিকিউট কৰক