Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Including files or modules - Assamese

793 visits



Outline:

ইনক্লুদিং ফাইলচ বা ম’দিউলচ ইন পাৰ্ল প্ৰোগ্ৰাম আমি পাৰ্ল ম’দিউলচ বা ফাইলচ ইনক্লুদ কৰিব পাৰো তলৰ মেথদচ ব্যৱ্হাৰ কৰি 1. do: ই বৰ্তমান স্ক্ৰিপ্ত ফাইলটোলৈ অন্য ফাইলচৰ পৰা চৌৰ্চ ক’ডটো ইনক্লুদ কৰে 2. use: ই মাত্ৰ পাৰ্ল ম’দিউল ফাইলচ ইনক্লুদ কৰে । ফাইলচ ইনক্লুদ হয় ক’ডটোৰ আচল এক্সিকিউচনৰ আগতে 3. require: ই পাৰ্ল প্ৰোগ্ৰামচ আৰু ম’দিউলচ দুয়োটাকে ইনক্লুদ কৰে