Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Overview and Installation of PERL - Assamese

1021 visits



Outline:

1. Ubuntu Linux ত Perl 5.14.2 ৰ সংস্থাপন Linux ত XAMPP ৰ সংস্থাপন (XAMPP Linux ত উপলব্ধ এটা কিউমুলেটিভ প্যাকেজ যত Apache, PERL, PHP আৰু MySQL আছে) ডিফল্ট ওয়েবসার্ভাৰ ডাইৰেক্টৰি "opt" লৈ নির্ধাৰিত কৰা হব অথবা সিনাপটিক প্যাকেজ ম্যানেজাৰত উপলব্ধ ডিফল্ট পর্ল ইনস্টলেশনৰ ব্যবহাৰ 2. Windows ত Perl 5.14.2 ৰ সংস্থাপন Windows ত XAMPP ৰ সংস্থাপন (XAMPP Windows ত উপলব্ধ এটা কিউমুলেটিভ প্যাকেজ যত Apache, PERL, PHP আৰু MySQL আছে) ডিফল্ট ওয়েবসার্ভাৰ ডাইৰেক্টৰি "htdocs" লৈ নির্ধাৰিত কৰা হব