Perl Module Library (CPAN) - Assamese

241 visits



Outline:

পাৰ্ল ম’দিউল লাইব্ৰেৰী Comprehensive Perl Archive Network (CPAN) হৈছে ম’দিউলচৰ লাইব্ৰেৰী 1. ইউজাৰে CPAN ত উপলদ্ধ ম’দিউলচ ব্যৱ্হাৰ কৰিব পাৰে 2. ইউজাৰে বনোৱা নতুন ম’দিউলচ CPAN ত আপল’দ কৰিব পাৰে যাতে আন পাৰ্ল ইউজাৰে ইয়াক ব্যৱ্হাৰ কৰিব পাৰে 1. Weather.pm হৈছে এটা ম’দিউল যাৰ এটা জটিল দাতা গাঠণি আছে এই প্ৰগ্ৰামৰ বাবে প্ৰয়োজনীয় দাতা ধৰি ৰাখিবলৈ 2. weather_report.pl হৈছে পাৰ্ল প্ৰোগ্ৰাম যি এই ম’দিউল ফাইল ব্যৱ্হাৰ কৰে প্ৰয়োজনীয় আউতপুতটো দিবলৈ