Installing Ubuntu Linux OS in a VirtualBox - Assamese

105 visits



Outline:

ভাৰচুৱেল বক্স এটাত Ubuntu Linux OS ইনষ্টল কৰা ভাৰচুৱেল বক্সৰ বাবে প্ৰয়োজনীয় চিষ্টেম চিষ্টেম টাইপটো পৰীক্ষা কৰা (32-Bit বা 64-Bit) Ubuntu Linux 16.04 ISO দাউনল’দ কৰা ভাৰচুৱেল বক্স আৰম্ভ কৰা Ubuntu ইনষ্টল কৰিবলৈ ভাৰচুৱেল মেচিন (VM) বনোৱা VM ৰ বাবে RAM আৰু হাৰ্দ দিস্ক চাইজ সজোৱা VM ত Ubuntu Linux 16.04 ইনষ্টল কৰা Ubuntu ৰ বাবে লেংগুৱেজ চেতাপ হাৰ্দ দিস্ক পাৰ্তিচন কৰা Ubuntu ৰ বাবে কীব’ৰ্দ চেতাপ Log-in সবিশেষ ভৰোৱা Ubuntu Linux ত Log-in কৰা Ubuntu Linux বন্ধ কৰা