Setup for Sales in FrontAccounting - Assamese

379 visits



Outline:

চেলচৰ বিষয়ে চেলচ কেনেকৈ চেতাপ কৰা হয় বিভিন্ন প্ৰকাৰৰ চেলচ টাইপচ চেলচ পাৰ্চন আৰু চেলচ এৰিয়াচ কেনেকৈ যোগ কৰা হয় প্ৰভিজন আৰু টাৰ্নঅ’ভাৰ ব্ৰেক পইন্ট লেভেলৰ বিষয়ে কাষ্টমাৰ্চৰ বিষয়ে কাষ্টমাৰ্চ যোগ আৰু মেনেজ কৰা দিফল্ট ব্ৰাঞ্চ যোগ কৰা হৈছেনে নাই চাবলৈ কাষ্টমাৰ ব্ৰাঞ্চ কাষ্টমাৰৰ বাবে মেইলিং এদ্ৰেচ আৰু বিলিং এদ্ৰেচৰ বিষয়ে