Errors and Debugging in Eclipse - Assamese

526 visits



Outline:

এৰৰ আৰু দিবাগিঙ *এটা 'জাভা প্রোগ্রাম লিখোতে, ইয়াত কিছু এৰৰ তালিকা আছে যেনে *অনুপস্থিত সেমিকোলন (;) * অনুপস্থিত ডবল উদ্ধৃতি(" ") *ফাইল নেম আৰু ক্লাস নিমৰ অসমানতা *প্রিন্ট স্টেটমেন্টটো সৰু হাতৰ আখৰত লিখা *যিদাল লাইনত এৰৰ আছে তাক red cross mark দ্বাৰা বাও মার্জিনত নির্দেশিত হব। *এৰৰ তালিকাবোৰ cross markৰ ওপৰত মাউচটো ৰখাত দেখোৱাই। *এটা এৰৰ ফ্ৰী ক্লাচ তৈয়াৰ কৰক, কদটো দিবাগ কৰক আৰু ৰান কৰক * জাভায়ে বুদ্ধিশালী সংশোধন প্রস্তাবিত কৰে