Getting started java Installation - Assamese

4034 visits



Outline:

জাভা ইনষ্টলেশ্যনৰ সৈতে আৰম্ভণি কৰা চিনাপ্‌টিক পেকেজ মেনেজাৰৰ পৰা jdk ইনষ্টল কৰা উপলব্ধ পেকেজবুৰৰ তালিকাৰ পৰা openjdk-6-jdk বাছনি কৰক ইনষ্টলেশ্যনৰ কাৰনে মাৰ্ক কৰা ইনষ্টলেশ্যনে অলপ সময় লব ইনষ্টেলেশ্যনটো পৰীক্ষা কৰা কমাণ্ড প্ৰম্পটত jave space hyphen version টাইপ কৰা, সেয়ে JDK-ৰ ভাৰচন নাম্বাৰ প্ৰদৰ্শিত হব এটা সহজ জাভা প্ৰগ্ৰাম চলাই ই কাম কৰিছে নে নাই চাওক। টাইপ javac TestProgram.java ক’ডখিনি কম্পাইল কৰিবলৈ আৰু java TestProgram ক’ডখিনি প্ৰদৰ্শিত কৰিবলৈ