Getting started Eclipse - Assamese

600 visits



Outline:

ইক্লিপ্চৰ সৈতে আৰম্ভ কৰা * ইক্লিপ্চ এটি ইন্টিগ্রেটেড ডেভেলপমেন্ট এনভায়ৰনমেন্ট * ই এটি টুল হয় যত এজনে জাভা প্রোগ্রাম লিখা, ডিবাগ আৰু সহজেই ৰান কৰিব পাৰে * Dash হোম ওপেন কৰক আৰু সন্ধান বক্সত ইক্লিপ্চ টাইপ কৰক. * আমি কর্মপৰিসৰ লঞ্চাৰ পাও * Workbench ক্লিক কৰাত আমি ইক্লিপ্চ আইডিই পাও * File-যাওক ->New->Project আৰু নির্বাচন কৰক জাভা প্রকল্প * EclipseDemo নামেৰে এটি প্রকল্প তৈয়াৰ কৰক আৰু DemoClass ভিতৰত এটি শ্রেণী তৈয়াৰ কৰক * প্যাকেজ এক্সপ্লোৰাৰ আৰু সম্পাদক portlet সম্পর্কে জানক * Println স্তেটমেন্ট যোগ কৰক