Unlock the Power of Open Source! The " Linux New " SWAYAM Plus Course is live now and about 2,500 learners have already registered for it.

If you are a registered learner, the forum page is now active. Visit the page and get all your questions answered.

Hello World Program in Eclipse - Assamese

1242 visits



Outline:

Javaত Eclipse বয়ৱহাৰ কৰি HelloWorld *Eclipse খোলক *DemoProject নাম দি Java Project তৈয়াৰ কৰক *DemoClass নাম দি ক্লাচ এটা তৈয়াৰ কৰক *Class নাম আৰু file নাম একে হব *যেতিয়া আমি কম্মান্দ এটা টাইপ কৰো Eclipseএ বিভিন্ন সম্ভাৱনি দেখিৱায় *Eclipseএ নিজে নিজে বানদ্ধনী parentheses যোগ কৰিও parentheses সম্পুৰ্ণ কৰে *স্টেতমেন্ত লওক যি আমি প্ৰীন্ট কৰিব বিচাৰো *Eclipseএ বানদ্ধনী ক'ট্চ যোগ কৰি ক'ট্চ বোৰ পোৰা কৰিছে *প্ৰগ্ৰামটো কম্পাইল কৰক আৰু দেখোৱাওক *কডটো প্ৰীন্টলৈ সলনি কৰক