Installing Eclipse - Assamese

579 visits



Outline:

Eclipse ইনস্টল কৰাৰ প্রক্রিয়া * টার্মিনেলত উবুন্টুত Eclipse ইনস্টল কৰা * টার্মিনেলত প্রক্সি সেট কৰা * তাৰ পিছত সমস্ত উপলব্ধ সফটওয়্যাৰৰ তালিকালৈ অনা * টাইপ কৰক sudo apt-get update * তাৰপিছত টার্মিনেলত Eclipse ইনস্টল কৰা * টাইপ কৰক sudo apt-get install Eclipse * Eclipse সিস্টেমত ইনস্টল কৰা হৈ আছে নে নাই, প্ৰশিক্ষন কৰক *Debian,Kubuntu,Xubuntu ত Eclipse ইনস্টল কৰাৰ প্রক্রিয়া * RedHatত Eclipse ইনস্টল কৰাৰ প্রক্রিয়া *Fedora,centos and suse linuxত Eclipse ইনস্টল কৰাৰ প্রক্রিয়া