Instance fields - Assamese

481 visits



Outline:

ইন্চটেন্চ মানে উদাহৰনস্বৰুপ ক্ষেত্র * আৰু নন স্ট্যাটিক ক্ষেত্র হিসাবেও পৰিচিত * আমি তৈয়াৰ কৰি থোৱা TestStudent বর্গটো খুলক * roll_number ক্ষেত্র অ্যাক্সেস কৰক আৰু ডট অপাৰেটৰ ব্যবহাৰ কৰি নাম দিয়ক * আউটপুট চাওক * ক্ষেত্রটো আৰম্ভ কৰক আৰু আউটপুটতো চাওক * ক্ষেত্রৰ পৰিবর্তকক প্রাইভেট লৈ পৰিবর্তন কৰক * আপোনি পোৱা ত্রুটিটোক Debug কৰক * পৰিবর্তকক সুৰক্ষিতলৈ পৰিবর্তন কৰক * এটা বর্গৰ প্রত্যেকটো বস্তুৰ অনন্য মান হব * ছাত্র শ্রেণীৰ দুটা বস্তু তৈয়াৰ কৰক